কৃষি বিভাগৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ নিৰ্মানৰ কৰ্মৰ বাবে ঠিকাদাৰৰ পঞ্জীয়নৰ দিহা কৰা হয়। বিভাগটোৰ গুৱাহাটীৰ খানাপাৰাত থকা মুখ্য কাৰ্যালয়ত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ নিৰ্মান কাৰ্যৰ বাবে পঞ্জীয়ন তালিকা প্ৰস্তুত কৰাৰ বিপৰীতে তৃতীয় শ্ৰেণীৰ নিৰ্মান কাৰ্যৰ পঞ্জীয়ন মহকুমা পৰ্যায়ত সম্পন্ন কৰা হয়। সাধাৰণতে প্ৰতি দুবছৰৰ মূৰে মূৰে নতুন পঞ্জীয়ন তথা তালিকা নবীনকৰণৰ ব্যৱস্থা কৰা হয়।
চিভিল নিৰ্মাণৰ ভৱন উপাদানৰ মাত্ৰ কোনো এটা কামৰ বিপৰীতে ৫০ লাখ কিম্বা ততোধিক টকা পৰিমানৰ নিৰ্মান ব্যয় সম্পন্ন কাম কৰাৰ অভিজ্ঞতা থকাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।
চিভিল নিৰ্মাণৰ ভৱন উপাদানৰ মাত্ৰ কোনো এটা কামৰ বিপৰীতে ২৫ লাখ কিম্বা ততোধিক টকা পৰিমানৰ নিৰ্মান ব্যয় সম্পন্ন কাম কৰাৰ অভিজ্ঞতা থকাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।
অন্ততঃ এজন স্নাতক ডিগ্ৰীধাৰী অথবা ডিপ্লোমাধাৰী অভিযন্তা।
অন্ততঃ এজন স্নাতক ডিগ্ৰীধাৰী অথবা ডিপ্লোমাধাৰী অভিযন্তা।
এই মুহূৰ্তত ২০১৬-১৭ আৰু ২০১৭-২০১৮ বিত্তীয় বৰ্ষৰ পঞ্জীয়ন তালিকা সম্পূৰ্ণ কৰা হৈছে। নতুন তালিকা কিম্বা নৱীকৰণৰ প্ৰক্ৰিয়া ২০১৮ চনৰ যথা সময়ত অধিসূচনা জাৰি কৰিব বিভাগে।
Title | Size | Detail |
---|---|---|
![]() | 814.51 KB | ![]() |
![]() | 842.23 KB | ![]() |
![]() | 34.64 KB | ![]() |
![]() | 225.2 KB | ![]() |