মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

ৰাষ্ট্ৰীয় ই-গভৰ্নেস প্লেন এগ্ৰিকাচাৰ (NeGP-A)

  • ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স প্লেন এগ্ৰিকালচাৰ বিভাগে কৃষক সমাজক, ব্যক্তিগত আৰু আন আন পুঁজি যোগানকাৰী সকলক তথ্য আৰু সংযোগ মাধ্যমেদি তথ্য আৰু সেৱা আগবঢ়াই বৰ্ত্তমানে বিভাগে আৰু আন এজে়ঞ্চী সমূহে মুকলি কৰি দিয়া পথ সমুহ পৰিপূৰণ আৰু অধিক শক্তিশালী কৰিবলৈ দৃষ্টি নিক্ষেপ কৰিছে ।

    আঁচনিৰ লক্ষ্য পুৰণ হবলৈ নিম্ন লিখিত নক্সাক কাৰ্যদক্ষ(SMART) বা বিশেষ (Specific), পৰিমিত (Measurable), প্ৰাপ্য (Achievable), বাস্তৱিক (Realistic), আৰু সময় নিৰ্বন্ধ (Time Bound), উদ্দেশ্য বুলি ধৰে হৈছে, যিটো আঁচনিখনে পাব পৰা হব।

    (১) কৃষক সকলে গোটেই শস্যচক্ৰতে সময়মতে দৰ্কাৰী তথ্যসমূহ পোৱাৰ বাবে উন্নত কৰা।

    • তথ্য প্ৰাপ্তিৰ বাবে কেইবাটাও পথ (channel) মুকলি কৰা।
    • তথ্যৰ বিস্তৃতি আৰু আৰম্ভণিৰ মাজৰ সময় সংকোচন।
    • একেৰূপৰ মঞ্চৰ পৰা কৃষকলৈ তথ্য সৰবৰাহ।

    (২) ঠাই বিশেষে আৰু তদানীন্তন সময়লৈ শস্য পৰিচালনাৰ সম্পৰ্কীয় তথ্যৰে কৃষকক আঁচনিখনৰ কেন্দ্ৰমূখী আৰু সেৱাৰ মনোভাৱলৈ আনিবলৈ এই বিলাক চুক্তিৰ প্ৰয়োজনঃ-

    • জি.এ.পি- কিমান দিন, ঋতু বিশেষ, শস্য বিশেষ, ঠাই/অ়্ঞ্চল বিশেষ
    • পি.ও.পি. - কিমান দিন, ঋতু বিশেষ, শস্য বিশেষ, ঠাই/অ়্ঞ্চল বিশেষ।
    • ব্যক্তিগতভাৱে পৰামৰ্শ আগবঢ়োৱা সেৱা

    (৩) চৰকাৰী সেৱা প্ৰদানত খৰতকীয়া কৰা

    • তথ্য আৰু যোগাযোগ প্ৰযুক্তি ব্যৱহাৰৰ যোগে প্ৰস্তুত কৰা বস্তু আৰু বজাৰৰ বাবে প্ৰমাণ প্ৰত্ৰ আৰু অনুজ্ঞা প্ৰত্ৰ
    • আপত্তি পঞ্জীয়ন আৰু তাৰ বাবে উপাই বিচৰাৰ সহজ সাধ্য পথ

    (৪) পুনৰ ৰূপাঙ্কণৰ পদ্ধতিৰে কৃষি বিভাগ, সহযোগিতা আৰু কৃষক কল্যান আঁচনি সমূহ বেছি কাৰ্য্যকৰী ভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে তথ্য সমূহ একত্ৰিত কৰা

    • আঁচনি সমুহৰ কাৰ্য্যকৰী নিৰীক্ষণৰ বাবে(কাৰ্য্যকৰী কৰণৰ সময় সূচি)আৰু
    • সকলো স্তৰৰ আঁচনিৰ প্ৰতিবেদন দাখিলৰ সময় সংকোচন কৰা

    (৫) মূল্যমান বিশিষ্ট সেৱাৰ উন্নয়নৰ বাবে এখন যৌথ ম়ঞ্ছৰ সৃষ্টি কৰি কৃষক সকল উন্নতি সাধিবলৈ ব্যক্তিগত খণ্ডলৈ সুবিধা আগবঢ়োৱা।

    • প্ৰসাৰ (Extension)
    • বজাৰ (আগত আৰু বহিৰ্গমন, দুয়োবিধ)
    • চপোৱাৰ পিচত আৰু সঞ্চয়

    এম.এম.পি. আঁচনিক কৃতকাৰ্য্যতাৰে সম্পন্ন আৰু ধাৰণ কৰিবলৈ হলে কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰৰ স্তৰত বিষয়া বৰ্গৰ পৰা এক গতিশক্তি পাব লাগিব।ফলস্বৰূপে, ৰাজ্যখনক আঁচনিখনৰ নিয়ম-নীতি কাৰ্য্যকৰীকৰণত সহায় কৰিবলৈ আৰু এই নীতি-নিয়ম সমূহ কেন্দ্ৰৰ সৈতে একে সুৰীয়া কৰিবলৈ অসমৰ কৃষি সঞ্চালকালয়ত ৰাজ্যিক প্ৰকল্প পৰিচালনা গোট(SPMU)স্থাপন কৰিবলৈ ২০১৪ চনৰ আগষ্টত Waterhouse Coopers ক নিৰ্বাচন কৰা হয়। এই প্ৰকল্পটো একে ধৰণেৰে ৪ টা ভাগত নক্সা কৰা হয় (মূল্যাঙ্কণ, আকৃতি, প্ৰকল্প পৰিচালনা(পাইলট), প্ৰকল্প পৰিচালনা (ৰোল আউট) আৰু মূল্য নিৰুপন।

    ভাৰত চৰকাৰৰ কৃষি বিভাগ, সহযোগিতা আৰু কৃষক কল্যান(DACFW)ই চূড়ান্ত কৰা গবৰ্নেসৰ আকাৰ তলত দিয়া ধৰণৰঃ-

    Downloads
    ৰাষ্ট্ৰীয় ই-গভৰ্নেস প্লেন এগ্ৰিকাচাৰ (NeGP-A)
    TitleSizeDetail
    Guideline of NeGP-A.pdf855.72 KBswf-image
    Guideline of Kisan Call Centre.pdf2.25 MBswf-image
    Training on Basic IT conducted by HP(I).pdf24.04 KBswf-image
    District wise Training of Agriculture Department till June'17 for the agricultural services to be delivered through SSDG.pdf177.2 KBswf-image
    Details of Hardware Delivered by Centre to all 26 Districts of Assam.pdf185.31 KBswf-image
    4.1 Role out of NeGP-A in Phase I States.pdf1.31 MBswf-image
    4.2 Delivery of hardware, NeGP-A.pdf562.14 KBswf-image
    4.3 LAN Connectivity at Block Level Agriculture offices.pdf444.11 KBswf-image
    4.4 ATP of hardawre under NeGP-A.pdf249.24 KBswf-image
    4.5 Basic Computer Training for State Government Officials_NeGP-A.pdf504.28 KBswf-image
    4.6 Guideline for purchase of printer cartridge_NeGP-A.pdf105.88 KBswf-image
    4.7 Implementation of NeGP-A.pdf535.81 KBswf-image
    4.8 Approach paper_NeGP-A 2.0.pdf2.8 MBswf-image
    4.9 Policy for mobile app development.pdf4.68 MBswf-image
    NeGP MoM , 8-09-2011.pdf1.71 MBswf-image
    NeGP MoM, 04-11-2011.pdf699.63 KBswf-image
    NeGP MoM, 20-01-2012.pdf879.97 KBswf-image
    NeGP MoM, 05-01-2015.pdf855.67 KBswf-image
    NeGP MoM, 20-01-2016.pdf1.57 MBswf-image
    NeGP MoM, 23-01-2016.pdf2.69 MBswf-image
    Memorandum for Development of Mobile Apps.pdf1.28 MBswf-image
    HP MVC Program for purchasing printer cartridge under NeGP-A.pdf931.75 KBswf-image