মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

বীজ

বীজ হৈছে কৃষিক্ষেত্ৰত আটাইতকৈ দোমোজো থকা আৰু আন আন যোগান সমূহৰ ভাল বেয়া নিৰ্ণয়,কৃষকৰ খেতিৰ ওপৰত হোৱা আয় উন্নতি আদিৰ মাপ জুখিব পৰা এক আহিলা।

বীজ আইন, ১৯৬৬ ৰ মতে চটিওৱা বা ৰুবলৈ অনা তলত উল্লেখ যিকোনো এবিধ বীজ

(১) খোৱা তেল,ফল আৰু পাচলি গজাবলৈ ব্যৱহাৰ কৰা যিকোনো গুটি

(২) কপাহৰ গুটি

(৩) গৰু-মহৰ খাদ্যৰ বাবে ব্যৱহাৰ কৰা গুটি

মৰাপাটৰ গুটি আৰু লগতে কঠিয়া, টেপুৱা আলু, ঘূৰণীযা আলু, শিপাৰ পৰা হোৱা(আদা,হালধি), শিপা, কলম আৰু খাদ্য শস্য আৰু গৰু-মহৰ খাদ্য বিস্তৃত কৰিব পৰা আন আন পাচলি (চীড এক্ট,১৯৬৬ মতে)