বীজ হৈছে কৃষিক্ষেত্ৰত আটাইতকৈ দোমোজো থকা আৰু আন আন যোগান সমূহৰ ভাল বেয়া নিৰ্ণয়,কৃষকৰ খেতিৰ ওপৰত হোৱা আয় উন্নতি আদিৰ মাপ জুখিব পৰা এক আহিলা।
বীজ আইন, ১৯৬৬ ৰ মতে চটিওৱা বা ৰুবলৈ অনা তলত উল্লেখ যিকোনো এবিধ বীজ
(১) খোৱা তেল,ফল আৰু পাচলি গজাবলৈ ব্যৱহাৰ কৰা যিকোনো গুটি
(২) কপাহৰ গুটি
(৩) গৰু-মহৰ খাদ্যৰ বাবে ব্যৱহাৰ কৰা গুটি
মৰাপাটৰ গুটি আৰু লগতে কঠিয়া, টেপুৱা আলু, ঘূৰণীযা আলু, শিপাৰ পৰা হোৱা(আদা,হালধি), শিপা, কলম আৰু খাদ্য শস্য আৰু গৰু-মহৰ খাদ্য বিস্তৃত কৰিব পৰা আন আন পাচলি (চীড এক্ট,১৯৬৬ মতে)