মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

মানবিশিষ্ট কৃষিশৈলী

ভাল কৃষি অভ্যাসবিলাক কৃষি কৰ্মত ভালদৰে ব্যৱহাৰ কৰিলে উপভোক্তাৰ বাবে খাদ্যৰ কৰে বা আকৌ সংসাধন কৰিলে নিৰাপদ আৰু উপকাৰী হৈ উঠে। এজন কৃষকে শস্য নিৰ্বাচন কৰাৰ পৰা খেতি চপোৱালৈ তলৰ আঠোটা প্ৰধান খেপ লব লাগে-

১) শস্য নিৰ্বাচন

২) মাটিৰ প্ৰস্তুতি

৩) বীজ নিৰ্বাচন

৪) বীজ চটিওৱা

৫) জলসিঞ্চন

৬) শস্য গজোৱা

৭) সাৰ প্ৰয়োগ কৰা

৮) খেতি চপোৱা

ভালকৈ খেতিৰ অভ্যাস কৰিবলৈ হলে কৃষি পৰিচালনাৰ পদ্ধতিৰ বাবে এই আঠোটা খেপ বান্ধি দিয়া আছে, যিটোৱে মাটিৰ গুণ বৃদ্ধি, পানীৰ ব্যৱহাৰ বৃদ্ধি, শস্যৰ অৱশিষ্টৰ ব্যৱস্থা আৰু ভালদৰে সাৰৰ ব্যৱহাৰ কৰি পৰিবেশ ৰক্ষা কৰিব পাৰে।