মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

পৰম্পৰাগত কৃষি বিকাশ যোজনা

  • এই জৈৱিক পাম আঁচনিখন ২০১৫-১৬ চনত পি.জি.এছ.ৰ প্ৰমাণপত্ৰৰে নেচনেল মিছন অন চাচটেইনেবল এগ্ৰিকালচাৰ(NMSA) ৰ অধীনত  ভাৰত চৰকাৰে প্ৰচলন কৰে।কৃষি আৰু সহযোগ বিভগে পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ(PKVY) বাবে এক পথ নিৰ্দেশনা প্ৰস্তুত কৰিছে। এই আঁচনিৰ নিৰ্দেশনা মতে,জৈৱিক পামৰ বাবে কৃষক সকলক উত্সাহিত কৰিবলৈ কৃষকসকলক একগেোট কৰা হব। পাৰ্টি চিপেটৰী গ্যাৰান্টী স্কীমৰ প্ৰমাণ পত্ৰই সেই দলত  থকা কৃষক সকলক উত্পাদনৰ পদ্ধতিক প্ৰমাণ পত্ৰ দিবলৈ আৰু জৈৱিক বজাৰত প্ৰৱেশ কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে। PGS চাৰ্টিফিকেচনৰ বাবে বেলেগকৈ এটা পোৰ্টেল স্থাপন কৰা হৈছে।

    প্ৰাৰম্ভিক অৱস্থাত এই আঁচনিখন ১০ খন জিলাত আৰম্ভ কৰা হৈছিল। নিৰ্বাচিত জিলা সমূহত ২২০ টা দল বনোৱা হৈছিল। মুঠ কৃষকৰ সংখ্যা ৬৯১৩ আৰু মুঠ মাটিৰ পৰিমাণ আছিল ১০৯৩৫ একৰ (৪৪২৮.৬৭৫ হেঃ)

    জিলা ভিত্তিক গোট সৃষ্টিৰ কামটো সম্পূৰ্ণ হৈছে আৰু প্ৰতিখন জিলাত গোটৰ সংখ্যা নিম্নলিখিত ধৰণৰঃ-

    ক্ৰমাংকজিলাৰ নামগোটৰ নাম
    কাৰ্বি আংলং২৬
    নগাওঁ২৭
    কামৰূপ৩০
    গোৱালপাৰা৩০
    বৰপেটা১৭
    বঙাইগাওঁ২০
    দৰং২৭
    শোণিতপুৰ
    ওদালগুৰি৩০
    ১০মৰিগাওঁ
    মুঠ২২০
    Downloads
    TitleSizeDetail
    Operational Guidelines.pdf2.97 MBswf-image
    Sanction order of Central share.pdf1.8 MBswf-image
    Sanction order of State share.pdf975.85 KBswf-image
    Minutes of SLEC meeting 2016-17.pdf834.13 KBswf-image
    Minutes of SLEC meeting 2017-18.pdf834.13 KBswf-image
    Annual Action Plan for 2016-17.pdf2 MBswf-image
    Districtwise cluster numbers underPKVY.pdf211.99 KBswf-image