মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

লক্ষ্য আৰু অভিযান

লক্ষ্য

বৈজ্ঞানিক ভিত্তিত আৰু আন আন পদ্ধতিৰে কৃষি কৰ্ম কৰি খাদ্য শস্যা আৰু আন আন শস্যৰ উত্পাদনেৰে অসমৰ অতীত গৌৰৱ আৰু স্ব-নিৰ্ভৰশীলতা ঘূৰাই আনি গ্ৰাম্য অগ্ৰসৰতা বঢ়াই নিযুত নিযুত গাঁওবাসীৰ জীৱন ধাৰণৰ মান উন্নত কৰি এক চলমান, স্ব-পোষিত আৰু ওপৰঞ্চি অৰ্থনীতি প্ৰদান কৰা

চমুকৈ কবলৈ হ’লে, ’প্ৰচুৰ খাদ্য, নিয়োগ আৰু সম্পদৰ বাবে প্ৰমাণ যোগ্যতা ’ই হৈছে অসমৰ কৃষি বিভাগৰ লক্ষ্য।

অভিযান

গ্ৰাম্যাঞ্চলত সামুহিক ভাৱে চাপি আন্তঃগাঠনি আৰু বৰ্দ্ধিত সেৱাৰ যোগে গুণাগুণৰ উত্পাদন বৃদ্ধি কৰা, জনসাধৰণৰ সক্ষমতা বৃদ্ধি কৰা, অনুস্থান, চৰকাৰী উন্নয়ন/এজেঞ্চী, এফ.এম.চি. আৰু আন আন আত্ম সহায়ক গোট, বেচৰকাৰী সন্থা,ব্যক্তিগত অনুস্থান, কৃষিৰ ক্ষেত্ৰত গৱেষণা আৰু উন্নয়নৰ যোগে আধুনিক কাৰিকৰী কৌশল প্ৰয়োগ, বিপননৰ সহায়ত আৰু কৃষিজাত আৰু উদ্যান শস্যৰ উত্পাদনৰ ক্ৰমোন্নতিৰ দ্বাৰা কৃষিজাত সামগ্ৰীৰ মূল্যমাণ বৃদ্ধি আৰু তেনেদৰে প্ৰচলন হৈ থকা উন্নয়ৰ কিবা অংশ ঠেক হৈ আছে যদি তাকে আঁতৰ কৰা