মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ কৃষি সঞ্চালকালয়

খণ্ড সংস্থান কেন্দ্ৰ

ব্লকৰ স্তৰত কৃষক সকল, কৃষি বিভাগৰ ব্লকৰ স্তৰত বিষয়া আৰু তেনে ধৰণৰ বিভাগ সমূহে প্ৰশিক্ষণ, আলোচনা, তৃণমূল পৰ্য্যায়ত আঁচনি আদি লবলৈ খণ্ড সংস্থান কেন্দ্ৰ (BRC) স্থাপন কৰা হৈছিল। প্ৰতিটো ব্লকৰ মূল কাৰ্য্যালয়ত ব্লকৰ কাৰিকৰী দল সমূহক আলোচনা আদি কৰিবলৈ সুবিধা দিয়া এখন উমৈহতীয়া মঞ্চ হৈছে খণ্ড সংস্থান কেন্দ্ৰ । ৰাজ্যত অসম কৃষি প্ৰতিযোগিতামূলক আঁচনিৰ অধীনত মুঠ ১১৮ টা খণ্ড সংস্থান কেন্দ্ৰ সৃষ্টি কৰা হৈছিল আৰু ১১ খন জিলাৰ প্ৰতিটো ব্লকতে এটা BRC আছে(তালিকা দিয়া আছে)।

Downloads
TitleSizeDetail
District wise Development Blocks & sub-div in Assam.pdf219.94 KBswf-image
List of BRC.pdf232.23 KBswf-image